• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ স্ক্যানাৰত লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোল; আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 2, 2024 11:42 am
লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোলৰ প্ৰত্যৰ্পণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে।

লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোলৰ প্ৰত্যৰ্পণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ দিল্লীৰ স্ক্যানাৰত লৰেন্স বিষ্ণোইৰ ভাতৃ আনমোল। আমেৰিকাৰ পৰা তেওঁক প্ৰত্যাৰ্পণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে।

ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ডলৈকে আনমোল বিষ্ণোইৰ নাম চৰ্চালৈ আহিছে।

আনমোল কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ভাতৃ। তেওঁ আমেৰিকাত থাকে। এইবাৰ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে।

Apply Now

মহাৰাষ্ট্ৰ কন্ট্ৰ’ল অৱ অৰ্গেনাইজড ক্ৰাইম এক্টৰ অধীনত এখন বিশেষ আদালতে আনমোল বিষ্ণোইৰ নামত জামিনবিহীন পৰোৱানা জাৰি কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে কিছুমান বিশেষ নথি-পত্ৰৰ বাবে অপেক্ষা কৰি আছে। সংকেত পালেই তেওঁলোকে প্ৰত্যৰ্পণৰ পৰৱৰ্তী পদক্ষেপ আৰম্ভ কৰিব।

লগতে পঢ়কঃ বিজেপি নেতাৰ পুত্ৰৰ BMW গাড়ীৰ খুন্দাত নিহত ব্যক্তি, পলাতক পিতৃ-পুত্ৰ; ক্ষোভ যোগীৰাজ্যত

সূত্ৰ অনুসৰি আমেৰিকাত আনমোলৰ সন্ধানত ইতিমধ্যে ৰেড কৰ্ণাৰ জাননী জাৰি কৰা হৈছে।

জানিব পৰা মতে, আমেৰিকা প্ৰশাসনে সেই দেশত আনমোলৰ উপস্থিতিৰ ইংগিত দিয়াৰ পিছতে প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগতে আনমোল কানাডাত থকা বুলি ভবা হৈছিল।

যোৱা মাহত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে আনমোল বিষ্ণোইক মষ্ট ৱাণ্টেড হিচাপে তালিকাভুক্ত কৰিছিল। লগতে তেওঁৰ সন্ধান দিব পাৰিলে ১০ লাখ টকা দিব বুলিও ঘোষণা কৰা হৈছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ সৈতে জড়িত বিষ্ণুোই চক্ৰৰ নাম। এই গেঙৰ মূল মুৰব্বী লৰেন্স বিষ্ণোই হ’লেও এই গেঙৰ আগশাৰীৰ আন ২ জনো আছে। তাৰে এজন হৈছে আনমোল বিষ্ণোই। সম্পৰ্কত লৰেন্স বিষ্ণোইৰ সৰু ভাতৃ। এই পৰ্যন্ত বিভিন্ন গোচৰত তেওঁৰ নাম থাকিলেও এন আই এৰ অধিসূচনাৰ পিছত আনমোল শিৰোনামলৈ আহিছে।

অপৰাধমূলক কাৰ্যকলাপ, সংগঠিত অপৰাধৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাইছে NIAই। ইয়াৰ অংশ হিচাপে এনআইএই আনমোল বিষ্ণোইক গ্ৰেপ্তাৰৰ বাবে আৰ্থিক পুৰস্কাৰ ঘোষণা কৰিছে। এই বছৰত মুম্বাইত ছলমান খানৰ ঘৰত গুলীচালনাৰ ঘটনাত আনমোল বিষ্ণোইৰ নাম চৰ্চালৈ আহে।

লগতে পঢ়কঃ যশস্বী অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

সূত্ৰ অনুসৰি, ছলমান খানৰ ঘৰত গুলীচালনা কৰা গোচৰৰ অভিযোগনামাত এই অপৰাধৰ সবিশেষ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি গুলীচালনা কৰা ২ শ্বুটাৰৰ সৈতে পোনপটীয়াকৈ কথা পাতিছিল আনমোল বিষ্ণোইয়ে। আনমোলে দেশৰ বাহিৰত বহি থাকিয়েই পৰিকল্পনা ৰচি সেই অনুসৰি কাম কৰি আছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd