• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফুটবলৰ কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাক হৰুৱালে ফ্ৰান্সে; কাজিয়াত লিপ্ত দুই দলৰ খেলুৱৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2024 12:10 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিক ফুটবলৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত হয় আৰ্জেণ্টিনা। খেলখনৰ শেষত আৰ্জেণ্টিনাj বিদায়ৰ পিছত দুয়োটা দলৰ ফুটবলাৰে কাজিয়াত লিপ্ত হৈ পৰে।

কাটাৰ বিশ্বকাপৰ ফাইনেলৰ পাছত আৰ্জেণ্টিনা-ফ্ৰান্সৰ খেলৰ অৰ্থই হ’ল উত্তেজনা। খেলপথাৰৰ বাহিৰত কাজিয়া কৰাৰ কাহিনীও আছে। কোপা আমেৰিকাৰ ফাইনেলৰ পিছত আৰ্জেণ্টিনাৰ ফুটবলাৰ এনজো ফাৰ্নাণ্ডেজে ফ্ৰান্সৰ ফুটবলাৰসকলক কটাক্ষ কৰিছিল। ফলত অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলৰ পূৰ্বে উত্তেজনা তীব্ৰতৰ হৈ পৰিছিল।

ফ্ৰান্সে ঘৰুৱা খেলপথাৰত খেলিছিল। বোৰ্ডোত খেলখনৰ পিছত ফৰাচীসকলে আনন্দ-উল্লাস কৰিবলৈ আৰম্ভ কৰে। ফৰাচী ফুটবলাৰসকলেও বিজয় উদযাপন কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত ফ্ৰান্সৰ ফুটবলাৰ এনজো মিলটে আৰ্জেণ্টিনাৰ ডাগআউটক লক্ষ্য কৰি অশ্লীল ইংগিত দিয়ে।

Apply Now

লগতে পঢ়কঃ কোনো বৰ্ষীয়ান ব্যক্তি নহয়, টাটা গ্ৰুপৰ নেতৃত্ব দিব এই যুৱতীয়ে! আচৰিত কৰি তুলিব তেওঁৰ পৰিচয়ে

আৰ্জেণ্টিনাৰ ফুটবলাৰসকলো ক্ষুব্ধ হৈ পৰে। পৰিস্থিতি উত্তপ্ত হৈ পৰে। দুয়োটা দলৰ ফুটবলাৰৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। দল দুটাৰ প্ৰশিক্ষক-মেনেজাৰো এই কাজিয়াত লিপ্ত হয়।

খেলপথাৰখনৰ উত্তেজনা গেলেৰীলৈ বিয়পি পৰে যদিও আৰক্ষী সতৰ্ক হৈ পৰে।

খেলৰ ৫ মিনিটত মাটেটাৰ গ’লেৰে ফ্ৰান্সে অগ্ৰগতি লাভ কৰে। কৰ্ণাৰৰ পৰা এটা ডাঙৰ হেডেৰে মাটেটাই ফ্ৰান্সক আগুৱাই লৈ যায়। ইয়াৰ পিছত আৰ্জেণ্টিনাই চেষ্টা কৰিলেও সমতা স্থাপন কৰিব নোৱাৰিলে।

লগতে পঢ়কঃ বিশ্বকাপৰ ছন্দ হেৰাল! ব্যৰ্থ কোহলী, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন এদিনীয়া মেচ হ’ল টাই

আনহাতে, ফ্ৰান্সেও এই ব্যৱধান বৃদ্ধি কৰাৰ সুযোগ পাইছিল। মঙলবাৰে অন্তিম চাৰিত ফ্ৰান্সৰ মুখামুখি হ’ব ইজিপ্ত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm
তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

তিনিটা এছিয়ান পেৰা গেমছৰ স্বৰ্ণজয়ী নীৰজ যাদৱৰ ৰহস্যজনক মৃত্যু, বিষাক্ত পদাৰ্থ সেৱনৰ সন্দেহ

October 28, 2026 7:48 pm
মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

মধ্যপ্ৰদেশত গুলীবিদ্ধ হৈ চিতাৰ মৃত্যু, তদন্তৰ বাবে উচ্চপৰ্যায়ৰ কেন্দ্ৰীয় দল

October 28, 2026 6:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd