প্ৰেছক্ৰিপচনত স্পষ্টকৈ লিখক হাতৰ আখৰ, অন্যথা টাইপ কৰক : চিকিৎসকলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
চিকিৎসকৰ প্ৰেছক্ৰিপচন পঢ়িব নোৱাৰাৰ বাবে সমস্যাৰ সন্মুখীন নোহোৱা লোক কমেইহে আছে। অৱশ্যে এই বিষয়টোত হস্তক্ষেপ কৰিছে উচ্চ ন্যায়ালয়ে। পঞ্জাৱ আৰু...
Read moreDetails










