ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড
২০ জন চীনা নাগৰিককে ধৰি ২৪ জন নাৱিক কঢ়িয়াই অনা চীন অভিমুখী এখন মালবাহী জাহাজ বংগোপসাগৰত সন্ধানহীন হৈছে। ওড়িশাৰ পাৰাদ্বীপ...
Read moreDetails২০ জন চীনা নাগৰিককে ধৰি ২৪ জন নাৱিক কঢ়িয়াই অনা চীন অভিমুখী এখন মালবাহী জাহাজ বংগোপসাগৰত সন্ধানহীন হৈছে। ওড়িশাৰ পাৰাদ্বীপ...
Read moreDetailsশনিবাৰে আবেলি হায়দৰাবাদৰ মাধাপুৰ অঞ্চলত এটা নিৰ্মীয়মাণ সাত মহলীয়া ভৱন খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো...
Read moreDetailsড° ভূপেন হাজৰিকাৰ গীত কেৱল সুৰৰ মূৰ্ছনা নহয়, ই এখন সমাজৰ দাপোণ আৰু প্ৰতিবাদৰ কণ্ঠ। চলিত ছেপ্টেম্বৰ মাহত অসমে সুধাকণ্ঠৰ...
Read moreDetailsবিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তি ইথেল কেটাৰহামে ব্ৰিটেইনৰ চাৰেত (Surrey) পৰিয়াল আৰু বন্ধু-বৰ্গৰ সৈতে নিজৰ ১১৭ সংখ্যক জন্মদিন উদযাপন কৰিছে।...
Read moreDetailsআধাৰ শব্দটো হিন্দীৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল 'ভিত্তি'। বৰ্তমান সময়ত ভাৰতত চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন সেৱা লাভ কৰাৰ বাবে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd