ন্যায়িক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে ৩ বছৰীয়া আইনী চৰ্চা বাধ্যতামূলক উচ্চতম ন্যায়ালয়ৰ
ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি ৰায় দিয়ে যে অসামৰিক ন্যায়াধীশ (জুনিয়ৰ ডিভিজন)ৰ দৰে প্ৰৱেশ পৰ্যায়ৰ ন্যায়িক সেৱাৰ পদৰ বাবে যোগ্য হ’বলৈ...
Read moreDetailsভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি ৰায় দিয়ে যে অসামৰিক ন্যায়াধীশ (জুনিয়ৰ ডিভিজন)ৰ দৰে প্ৰৱেশ পৰ্যায়ৰ ন্যায়িক সেৱাৰ পদৰ বাবে যোগ্য হ’বলৈ...
Read moreDetailsচোৰাংচোৱা ব্যুৰো (আই বি)ৰ সঞ্চালক হিচাপে আইপিএছ তপন কুমাৰ ডেকাৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। তেওঁৰ কাৰ্যকাল ২০২৫...
Read moreDetailsআমেৰিকাৰ অন্যতম প্ৰভাৱশালী শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ আৰু ৬ কোটি ডলাৰৰ অনুদান বাতিল কৰিছে ট্ৰাম্প প্ৰশাসনে। বিশ্ববিদ্যালয়খনত নাগৰিক অধিকাৰ সুৰক্ষিত কৰাৰ...
Read moreDetailsবিশাল পৰিমাণৰ ধন দাবীৰ গোচৰ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিৰ বিৰুদ্ধে বৰ বৰ কথা কৈ সোণৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া কৃষক মুক্তি...
Read moreDetailsইজৰাইলৰ অবিৰাম সামৰিক অভিযানে গাজা ষ্ট্ৰিপক ধ্বংসস্তূপত পৰিণত কৰিছে, আৰু ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত মৃত্যুৰ সংখ্যা দিনক দিনে বাঢ়িছে। চৰম...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd