ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত অন্ধ্ৰ-তেলেংগানাত ২৭ জন লোকৰ মৃত্যু, শতাধিক ৰে’ল বাতিল!
যোৱা দুদিনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত এতিয়ালৈকে ২৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ১০০ৰো অধিক...
Read moreDetailsযোৱা দুদিনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত এতিয়ালৈকে ২৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ১০০ৰো অধিক...
Read moreDetailsআধা ঘণ্টা ধৰি লুটপাত, খালী হৈ গ’ল গোটেইটো শ্বপিং মল। মূৰে কপালে হাত দিলে কৰ্তৃপক্ষই। কাৰণ কোনেও একো কিনা নাছিল।...
Read moreDetailsশেহতীয়াকৈ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে নিজৰ ইউটিউব চেনেল খুলিছে৷ আৰু তাৰ লগে লগে তেওঁ ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰিছে। ৰোনাল্ডোৰ এই...
Read moreDetailsদেওবাৰে সন্ধিয়া ডিব্ৰুগড়ৰ বগীবিল দলঙৰ তলৰ বগীবিল “টি” পইণ্টৰ পৰা দুই সন্তানৰ সৈতে এগৰাকী মহিলাই ব্ৰহ্মপুত্ৰ নদীত জপিয়াই পৰে। আৰক্ষীৰ...
Read moreDetailsচকুৰ দৃষ্টিশক্তি ৰক্ষা কৰিবলৈ নাকেৰে আঁতৰাই দিয়া হ’ল মগজুৰ টিউমাৰ! দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ে এই অস্ত্ৰোপচাৰ কৰি দৃষ্টান্ত গঢ়ি তুলিছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd