প্ৰত্যাহ্বান গ্ৰহণ, সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক তুলা-ধূনা গৌৰৱ গগৈৰ
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি অধিগ্ৰহণ আৰু...
Read moreDetailsকংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি অধিগ্ৰহণ আৰু...
Read moreDetailsভয়াৱহ নাটনিৰ সৈতে যুঁজি আছে অসমৰ শিক্ষাৰ্থীসকলে। ৰাজ্যজুৰি বিদ্যালয়-মহাবিদ্যালয় উভয়তে ১৬ হাজাৰৰো অধিক শিক্ষকৰ পদ পূৰণ নোহোৱাকৈয়ে আছে৷ এই উদ্বেগজনক...
Read moreDetailsএই প্ৰচণ্ড গৰমৰ দিনকেইটাত দেহা শাঁত পেলাবলৈ বহুতৰে বাবে বীয়েৰ একপ্ৰকাৰৰ প্ৰিয় পানীয়। পচন্দ অনুসৰি সকলোৱে বীয়ৰৰ লগত পৰিৱেশন কৰিবলৈ...
Read moreDetailsসুৰা নীতিৰ কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়াৰ জামিন আবেদনৰ শুনানি আজি স্থগিত...
Read moreDetails১ অক্টোবৰৰ পৰা শিক্ষানুষ্ঠানত নামভৰ্তি, ড্ৰাইভিং লাইচেন্স লাভ, ভোটাৰ তালিকা প্ৰস্তুত, আধাৰ নম্বৰ পঞ্জীয়ন, বিবাহ পঞ্জীয়ন আদি কেইবাটাও গুৰুত্বপূৰ্ণ উদ্দেশ্যৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd