ৰাজ্য প্ৰশাসনৰ ৫০ শতাংশ পদ বিলুপ্তিৰ সিদ্ধান্ত যুৱ সমাজৰ প্ৰতি ডাঙৰ প্ৰতাৰণাঃ ডি ৱাই এফ আই
অসম চৰকাৰে ৰাজ্য প্ৰশাসনৰ ৫০% পদ বিলুপ্ত কৰিবলৈ লোৱা সিদ্ধান্তক ধিক্কাৰ জনাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন, চমুকৈ ডি ৱাই এফ...
Read moreDetailsঅসম চৰকাৰে ৰাজ্য প্ৰশাসনৰ ৫০% পদ বিলুপ্ত কৰিবলৈ লোৱা সিদ্ধান্তক ধিক্কাৰ জনাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন, চমুকৈ ডি ৱাই এফ...
Read moreDetailsৰাজ্যত চলি থকা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে স্থগিতাদেশৰ আবেদন জনাই দেশৰ শীৰ্ষ আদালতৰ কাষ চপা বিৰোধী পক্ষ আজি বিমুখ হৈছে...
Read moreDetailsহিংসাজৰ্জৰ মণিপুৰত অধিক অৱনতি ঘটিছে পৰিস্থিতিৰ। মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে মণিপুৰ। কিন্তু ইয়াৰ পিছতো মণিপুৰ সন্দৰ্ভত বিশদ আলোচনাৰ বাবে আগবাঢ়ি...
Read moreDetailsপৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) ৰ পৰা লাভ কৰা ভাবুকিৰ পিছতে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি...
Read moreDetailsএক শোকাৱহ মৃত্যুৰ সন্মুখীন হ’বলগীয়া হৈছে ইণ্ডোনেছিয়াৰ এগৰাকী জিম ট্ৰেইনাৰ। নিজ পেছাই মৃত্যুৰ কাৰণ হৈ পৰে যুৱ ফিটনেছ ট্ৰেইনাৰগৰাকীৰ। ওজন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd