Latest Post

সন্ত্ৰাসজৰ্জৰ কাশ্মীৰ: সন্ত্ৰাসবাদীৰ গুলীত কাশ্মীৰত আহত দুই প্ৰব্ৰজিত শ্ৰমিক

ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপে। উপত্যকাটোত নিৰন্তৰভাৱে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদ নিৰ্মূল কাৰ্যসূচী চলাই আহিছে যদিও হ্ৰাস পোৱা নাই...

Read moreDetails

জিম্বাবুৱেলৈ প্ৰস্তাৱ পাকিস্তানী অভিনেত্ৰীৰ; ‘ভাৰতক হৰুৱালে তোমালোকৰ এজন ক্ৰিকেটাৰক বিয়া পাতিম’

পাকিস্তানী অভিনেত্ৰী শ্বেহাৰ শিনৱাৰীয়ে কৈছে যে যদি ভাৰতক পৰাস্ত কৰে তেন্তে তেওঁ জিম্বাবুৱেৰ এজন ক্ৰিকেটাৰক বিয়া কৰাব। অভিনেত্ৰীগৰাকীৰ টুইটৰ উদ্ধৃতিৰে...

Read moreDetails

‘ক্ষমতা আছে যদি গ্ৰেপ্তাৰ কৰক’: ইডি কাৰ্যালয়ত উপস্থিত নহৈ ওলোটাই হংকাৰ দিলে হেমন্ত চোৰেনে

Jharkhand CM Soren challenges ED ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ইডিয়ে খনি কেলেংকাৰী আৰু ধন সৰবৰাহৰ গোচৰত মাতি পঠিয়াইছিল। কিন্তু তেওঁ...

Read moreDetails

অপ্ৰতিৰোধ্য কিম! ধাৰাসাৰ মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ; সাধাৰণ লোকক নিৰাপদ আশ্ৰয় ল’বলৈ নিৰ্দেশ দক্ষিণ কোৰিয়া, জাপানৰ

উত্তৰ কোৰিয়াই ধাৰাসাৰ মিছাইল নিক্ষেপ কৰিছে। সেই কাৰণে দক্ষিণ কোৰিয়া আৰু জাপান চৰকাৰে সাধাৰণ ৰাইজক সুৰক্ষিতভাৱে স্থানলৈ যাবলৈ নিৰ্দেশ দিছে।...

Read moreDetails

গুলীবিদ্ধ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান; চিকিৎসাৰ বাবে লাহোৰলৈ নিয়া হৈছে আহত খানক

Pakistan Ex-PM Imran Khan shot at a Rally পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান গুলীবিদ্ধ হৈছে। পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি...

Read moreDetails
Page 5223 of 15255 1 … 5,222 5,223 5,224 … 15,255

Recommended

Most Popular