শিৱসাগৰত উত্তেজনা! ভোটগ্ৰহণৰ মাজতে বিধায়ক অখিল গগৈৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত বিজেপি কৰ্মী
শিৱসাগৰত আজি পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে এক তীব্ৰ উত্তেজনা সৃষ্টি হয়। শিৱসাগৰৰ ২ নং ৱাৰ্ডত এই ঘটনা ঘটে।...
Read moreDetailsশিৱসাগৰত আজি পৌৰসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে এক তীব্ৰ উত্তেজনা সৃষ্টি হয়। শিৱসাগৰৰ ২ নং ৱাৰ্ডত এই ঘটনা ঘটে।...
Read moreDetailsৰাজ্যৰ ৮০খন পৌৰসভা গঠনৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যখনৰ পৌৰসভা এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত...
Read moreDetailsবিটিআৰত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ কোকৰাঝাৰ জিলা সমিতিৰ এখন সাধাৰণ সভা আজি তিতাগুৰীত অনুষ্ঠিত হয় ৷ এই উপলক্ষে আজি...
Read moreDetailsৰাছিয়াৰ চৰকাৰে দেশখনত ফেচবুক আৰু টুইটাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।ৰাছিয়াৰ সংবাদ মাধ্যম নিয়ন্ত্ৰক সংস্থা ৰস্কোমনাজে এইকথা জানিবলৈ দিছে। কিন্তু কিয়...
Read moreDetailsৰাছিয়াক প্ৰতিৰোধ কৰিবলৈ দেশখনৰ ওপৰত পশ্চিমীয়া দেশবোৰে এটাৰ পিছত আন এটা নিষেধাজ্ঞা আনিছে। ইয়াৰ ফলত ৰাছিয়াৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰিছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd