শিক্ষাদান এৰি ৰাজনীতিলৈ : অৱশেষত ৰাইজৰ দলত যোগদান ‘অগ্নিকন্যা’ জ্ঞানশ্ৰী বৰাৰ
গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন সহকাৰী অধ্যাপিকা ড০ জ্ঞানশ্ৰী বৰাই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। গুৱাহাটীৰ ছয়মাইলত আয়োজিত...
Read moreDetails










