কোভিদ-১৯ ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসা কৰ্মীৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱে প্ৰস্তুত কৰিলে পি পি ই কিট
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ডিব্ৰুগড় আৰু নিউ বঙাইগাঁও ৱৰ্কশ্বপে সফলভাৱে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধী পি পি ই (পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট) কিট...











