কাৰ্বি কৃষ্টি, সংস্কৃতি বিষয়ত আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু আলোচনাসত্র; ইউৰোপৰ ৯খন দেশৰ ১৪গৰাকী গবেষক পণ্ডিত উপস্থিত
পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণ আৰু আলোচনাসত্রৰ আয়োজন : দেশী-বিদেশী বহু গবেষক পণ্ডিতৰ অংশ গ্ৰহণঃ কাৰ্বিসকলৰ সমৃদ্ধিশালী পৰম্পৰাগত লোককৃষ্টি, সংস্কৃতিৰ...











