Latest Post

Assam HSLC result: Guwahati engineer offers job for unsuccessful boys

মেট্ৰিক ফে’ল ল’ৰাহঁতলৈ চাকৰিৰ সুবিধা গুৱাহাটীৰ অভিযন্তাৰ, মুকলি ফ’ন নম্বৰ

মেট্ৰিকৰ ফলাফলক লৈ অসম উত্তাল হৈ থকাৰ দিনটোতে “কোৰ মৰা, হাল বোৱাৰ অভিজ্ঞতা থকা মেট্ৰিক ফে’ল পৰিশ্ৰম কৰিব পৰা ল'ৰা”লৈ...

DSC_9651

১৫ আগষ্টৰ পূৰ্বে কাজিৰঙাত অৰ্কিড পাৰ্ক আৰু ডিমা হাছাও হৰ্টিকালচাৰ কলেজ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণিৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱালে আজি কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যখনত বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা আৰু ৰূপায়ন কৰিবলগীয়া কৃষি...

Screenshot_20190515-171018-01

জ্ঞানৰ আগত নগ্ন হয় দৰিদ্ৰতা; প্ৰমাণ কৰিলে বিশ্বনাথৰ দুগৰাকী ছাত্ৰই

বিশ্বানাথ চাৰিআলিৰ এটা সৰু ৰাজমিস্ত্ৰিৰ পৰিয়ালৰ সন্তান ৰাকী চাহুৱে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫.৮ শতাংশ নম্বৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ...

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চামগুৰিৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ১০০ শতাংশ উত্তীৰ্ণ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত চামগুৰিৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ ১০০ শতাংশ উত্তীৰ্ণ

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাওঁ জিলাৰ চামগুৰিত অৱস্থিত ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠান জৰ্জিয়ান ইংলিছ স্কুল, চামগুৰি শংকৰদেৱ শিশু নিকেতন আৰু সৰস্বতী...

assam1-750x375

মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনক মুখ্য মন্ত্ৰীৰ নিৰ্দেশ

গুৱাহাটী মহানগৰীৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কত পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এখন উচ্চ...

Page 11687 of 15186 1 … 11,686 11,687 11,688 … 15,186

Recommended

Most Popular