গোলাঘাটত বন্ধ হ’ব বিশাল মেগামাৰ্ট, ভোগালী ৰেস্তোৰাকে ধৰি বহু ব্যৱসায়িক প্ৰতিষ্ঠান : নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ
গোলাঘাট জিলাৰ বিশাল মেগামাৰ্ট, ভোগালী ৰেস্তোৰাকে ঘৰি বহুতো অবৈধভাৱে নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান অতি শীঘ্ৰে বন্ধ হ’ব। এই নিৰ্দেশ মন্ত্ৰী...











