বিভাজনৰ সময়ত চিটাগং পাহাৰৰ চাকমা আবাসভূমি পাকিস্তানত অন্তৰ্ভুক্তিৰ প্ৰতিবাদত ক’লা দিৱস পালন চাকমা জনগোষ্ঠীৰ
শুকুৰবাৰে ভাৰত বিভাজনৰ সময়ত চিটাগং পাহাৰৰ চাকমা আবাসভূমি বাংলাদেশৰ (অবিভক্ত পকিস্তান) হাতত অৰ্পণ কৰাক লৈ ত্ৰিপুৰাৰ চাকমা জনগোষ্ঠীয়ে ক'লা দিৱস...











