কলাক্ষেত্রত সাঁচিপতীয়া পাণ্ডুলিপি প্রস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন শীৰ্ষক কৰ্মশালাৰ আয়োজন
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্রচাৰ আৰু প্রসাৰত ব্রতী আন্তৰ্জাতিক সংগঠন ছ’চাইটি ফৰ শ্রীমন্ত শংকৰদেৱৰ উদ্যোগত আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ...











