বিজেপিৰ ‘সম্পৰ্কৰে সমৰ্থন’ কাৰ্য্যসূচীৰ অধীনত ঘৰে ঘৰে গৈ চৰকাৰৰ খতিয়ান দিয়াত ব্যস্ত মুখ্য মন্ত্ৰী সোণোৱাল
বিজেপিৰ গোটেই দেশজুৰি চলা ‘সম্পৰ্কৰে সমৰ্থন’ (Sampark se Samarthan) কাৰ্য্যসূচীৰ অংশস্বৰূপে আজি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বিশিষ্ট নাগৰিক...










