Latest Post

the sako on kathalmura PWD road

টিহুৰ কঠালমূৰাৰ ব্যস্ত গড়কাপ্তানি পথত মৰণফান্দৰ ৰূপত জৰাজীৰ্ণ বাঁহৰ সাঁকো

টিহুৰ ৪২নং জলখানা-ভঠুৱাখানা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কঠালমূৰা গাওঁৰ মাজেৰে পাৰ হৈ যোৱা গড়কাপ্তানি পথটোৱে বহুকেইখন গাওঁক সংযোগ কৰিছে। এই পথটো  হৈছে মাগুৰি, বনগাঁও, ৰূপদিগা, হেলনা, বেতবাৰী আদি গাঁৱৰ ৰাইজৰ টিহুলৈ যোৱাৰ চমু পথ । এই পথতেই টিহু নদীৰ ওপৰত আছে এখন জৰাজীৰ্ণ সাঁকো। প্ৰত্যেক দিনে এই বাহঁৰ সাঁকোখনৰ ওপৰেৰে ছাত্ৰ ছাত্ৰী সকলে মাগুৰি মাধ্যমিক বিদ্যালয়, মাগুৰি উচ্চ প্ৰাথমিক বিদ্যালয়, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, টিহু মহাবিদ্যালয় আদিলৈ অতি কষ্টকৰ আৰু বিপদজনক যাত্ৰা কৰিবলৈ বাধ্য হয় । টিহু নদীৰ ওপৰত থকা কাঠৰ দলংখন বহু বছৰ আগতেই জৰাজীৰ্ণ হৈ ভাঙি ছিঙি যোৱাৰ পাছত আজিলৈকে চৰকাৰীভাৱে নতুনকৈ নিৰ্মাণ নকৰাৰ বাবে ৰাইজে এখন সৰু বাঁহৰ সাঁকো নিৰ্মাণ কৰি সেইখনৰ...

সাংবাদিকক আক্ৰমন

বালি মাফিয়াৰ আক্ৰমণত আহত কোকিলাৰ সাংবাদিক আজিজুল হক

বঙাইগাঁও জিলাৰ কোকিলা প্ৰেছ ক্লাৱৰ সদস্য তথা নিউজ টাইম আছামৰ সাংবাদিক আজিজুল হকক ভাণ্ডাৰা বজাৰত বালি মাফিয়াই আক্ৰমণ কৰি গুৰুতৰ...

Sikkim-Easter-570x320

‘ইষ্টাৰ ছানডে’ উপলক্ষে শোভাযাত্ৰাৰ আয়োজন কৰিছে ছিকিম খ্ৰীষ্টিয়ান ছচাইটিয়ে

‘ইষ্টাৰ ছানডে’ উপলক্ষে অহা ১ এপ্ৰিলত য়ুনাইটেড খ্ৰীষ্টিয়ান ৱেলফেয়াৰ ছচাইটি অফ ছিকিম (য়ু চি ডব্লিউ এছ এছ) এ গেংটকত এখন...

parmila setri

ছিকিমৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা কৰিমঃ এফ বি বি ফেমিনা মিছ ইণ্ডিয়া ছিকিম পৰ্মিলা চেত্ৰী

মিছ ইণ্ডিয়া ছিকিম পৰ্মিলা চেত্ৰীয়ে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া আগন্তুক এফ বি বি ফেমিনা মিছ ইণ্ডিয়াৰ বাবে নিজকে সাজু কৰি তোলাত ব্যস্ত...

Page 14176 of 14942 1 14,175 14,176 14,177 14,942

Recommended

Most Popular