জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ
দিল্লীৰ যন্তৰ-মন্তৰত অনুষ্ঠিত প্ৰতিবাদৰ সমান্তৰালভাৱে গুৱাহাটীৰ চচলতো ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শিল্পী-সাহিত্যিক, বুদ্ধিজীৱী,...











