কাজিৰঙাত ২৬ জনৰ প্ৰাণ কাঢ়ি নিয়া দুৰ্ঘটনাৰ আঁৰত কোন? দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য
গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰঙাজানত শুকুৰবাৰে সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড°...











