Latest Post

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

কৰ্ণাটকৰ গৃহ মন্ত্ৰী প্ৰিয়ংক খৰ্গেয়ে ভাৰতীয় জনতা পাৰ্টীৰ মাতৃ সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পুঁজিৰ উৎসক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে।...

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ ক্ষেত্ৰত ভাৰতে নিজৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত হৰিশ পাৰ্বতনেইনীয়ে...

অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

নিজৰ চেলতে অসুস্থ হৈ পৰে এজন কয়দী। কাৰাগাৰৰ প্ৰহৰীসকলে খবৰ পালে যে তেওঁৰ মৃগী ৰোগত আক্ৰান্ত হৈছে। বেমাৰী বন্দীজনক দেখাৰ...

কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

কেবিনতে জেনেৰেটিভ এআই, আছে আধুনিক সুৰক্ষা ফিচাৰ; ভাৰতীয় বজাৰত মুকলি হ’ল নতুন Hyundai Bayon

ভাৰতত Mid Size SUVছেগমেণ্টত নতুন সংযোজন কৰিছে হুণ্ডাইয়ে। সোমবাৰে ভাৰতৰ বজাৰত মুকলি কৰা হয় নতুন হুণ্ডাই বেয়ন (Hyundai Bayon) গাড়ীখন।...

২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

২৫ বছৰৰ মূৰত ইংৰাজ খেলুৱৈৰ দখলত বেলন ডি’অৰ! এম্বাপে-য়ামালক চেৰ পেলাই বিশ্বশ্ৰেষ্ঠ ফুটবলৰ মুকুট পিন্ধিলে হেৰী কেনে

বিশ্ব ফুটবলৰ আটাইতকৈ মৰ্যাদাপূৰ্ণ ব্যক্তিগত সন্মান 'বেলন ডি'অৰ ২০২৬' বঁটা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। লণ্ডনত অনুষ্ঠিত এক বৰ্ণিল অনুষ্ঠানত বায়াৰ্ন...

Page 35 of 15222 1 … 34 35 36 … 15,222

Recommended

Most Popular