দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰখা বিৰোধী 'ইণ্ডিয়া' মিত্ৰজোঁটে অহা ৩০ অক্টোবৰত দিল্লীৰ অশোকা হোটেলত...











