দীপাৱলিৰ আনন্দৰ মাজতে দেশজুৰি ভয়ংকৰ অগ্নিকাণ্ড! দিল্লীত আতচবাজীৰ বিস্ফোৰণত শিশুৰ মৃত্যু, মধ্যপ্ৰদেশত একে পৰিয়ালৰ ১২জনৰ প্ৰাণহানি
পোহৰৰ উৎসৱ দীপাৱলিৰ আনন্দৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তত নামিল শোকৰ ছাঁ। ক’ৰবাত আতচবাজিৰ জুইত প্ৰাণ গ’ল শিশুৰ, আন ক’ৰবাত অগ্নিকাণ্ডত...











