গোপীনাথ বৰদলৈ ট্ৰফীত জিলাই জিলাই ফুটবলৰ মহাৰণ! গোৱালপাৰাত চেম্পিয়ন পুৰণা শ্মশান যুৱক সংঘ, কামৰূপ মহানগৰৰ ফাইনেলত ডিবিআই-এএছইবি
৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা, ২০২৬ৰ বিভিন্ন জিলাৰ খেলসমূহত উত্তেজনাপূৰ্ণ যুঁজ অব্যাহত আছে। ৪ নৱেম্বৰত ৰাজ্যৰ...











