পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাই শনিবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি কয় যে পাৰিবাৰিক বিবাদৰ ক্ষেত্ৰত মধ্যস্থতাই হিংসা, বলপূৰ্বক...











