দুঃসাহসিক:যাত্ৰীক নিশ্চিত মৃত্যুৰ মুখৰ পৰা বচালে RPF ৰ মহিলা কৰ্মীয়ে, চাওঁক ভিডিঅ’
ৰে’ল খন তেতিয়া চলি গৈছিল। কিন্তু তেতিয়াও ৰে’লত উঠা নাছিল এজন যাত্ৰীয়ে। ৰে’ল খনে গতি ল’বলৈ আৰম্ভ কৰাৰ সময়তে যাত্ৰী...
ৰে’ল খন তেতিয়া চলি গৈছিল। কিন্তু তেতিয়াও ৰে’লত উঠা নাছিল এজন যাত্ৰীয়ে। ৰে’ল খনে গতি ল’বলৈ আৰম্ভ কৰাৰ সময়তে যাত্ৰী...
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা বিত্তীয় খেলিমেলিৰ অভিযোগৰ তদন্তৰ বাবে ৰাজ্যপাল জগদীশ মুখীয়ে গঠন কৰি দিয়া ফেক্ট ফাইণ্ডিং কমিটিৰ প্ৰতিবেদনৰ পাছতে...
আসন্ন অসম বিধানসভাৰ নিৰ্বাচন। সেয়েহে, কোচ-ৰাজবংশীসকলৰ ভোটৰ অংকত পুৱাই অসমলৈ ঢপলিয়াই আহিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰে চিৰাঙত মহাৰাজ অনন্ত...
ভবা হৈছিল ট্ৰাম্পৰ দিনত আমেৰিকাৰ সৈতে চীনৰ যি তিক্ত সম্পৰ্ক গঢ়লৈ উঠিছিল সেয়া হয়তো বিদেনৰ দিনত মধুৰ হৈ পৰিব। কিন্তু...
উচ্চতম ন্যায়ালয়ে জামিন নাকচ কৰিছে কৃষক নেতা অখিল গগৈৰ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰামানা, সুৰ্য কান্ত আৰু অনিৰুদ্ধ বসুৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd