কাৰাগাৰত সেউজীয়া শাড়ী দেখিলেই খঙত টিঙিৰি তুলা হয় শ্বিনা বৰা হত্যাত অভিযুক্ত ইন্দ্ৰাণী, কিন্তু কিয়?
দেশ কপোঁৱা শ্বিনা বৰা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জী পুনৰ সংবাদ শিৰোনামলৈ আহিছে।কাৰাগাৰৰ ভিতৰত কোনেও ইন্দ্ৰাণীক পিন্ধাব পৰা নাই সেউজীয়া...











