Latest Post

আজি গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব দিল্লীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চি আই এছ এফৰ জোৱান জয়ন্ত দলেৰ নশ্বৰ দেহ

আজি গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব দিল্লীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চি আই এছ এফৰ জোৱান জয়ন্ত দলেৰ নশ্বৰ দেহ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্তব্যৰত অৱস্থাত কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা অসমৰ চি আই এছ এফৰ জোৱান জয়ন্ত...

মাৰ্ঘেৰিটাৰ প্ৰতিষ্ঠাত ব্যৱসায়ী পঙ্কজ চৌধুৰীৰ বাসগৃহত দিল্লীৰ পৰা অহা উচ্চপদস্থ আয়কৰ বিভাগৰ দলৰ অভিযান

মাৰ্ঘেৰিটাৰ প্ৰতিষ্ঠাত ব্যৱসায়ী পঙ্কজ চৌধুৰীৰ বাসগৃহত দিল্লীৰ পৰা অহা উচ্চপদস্থ আয়কৰ বিভাগৰ দলৰ অভিযান

তিনিচুকীয়া জিলাৰ  মাৰ্ঘেৰিটাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী পঙ্কজ চৌধুৰীৰ বাসগৃহত শুকুৰবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা “আয়কৰ” বিভাগে অভিযান চলায়। পংকজ চৌধুৰী নিবেদিতা...

Image_1607131412283~2

বোকাখাত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত মাজনিশা অগ্নিকাণ্ড: গুৰুত্বপূৰ্ণ নথিৰ লগতে বহু সম্পত্তি নষ্ট

বোকাখাতৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল কাৰ্যালয় চৌহদত থকা বোকাখাত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত মাজ নিশা এক ভয়ঙ্কৰ অগ্নিকাণ্ড সংঘৰ্টিত হয় ৷...

WhatsApp Image 2020-12-04 at 8.52.36 PM

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে হস্ততাঁত বিভাগৰ তাঁতশাল ৰাইজে আটক কৰি গতালে আৰক্ষীক

তিৱা স্বায়ত্ত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ প্ৰচাৰ শাসক-বিৰোধী দলসমূহৰ মাজত সমষ্টিয়ে সমষ্টিয়ে তুংগত  উঠাৰ সময়তে শুকুৰবাৰে কোঁৱৰগাঁও সমষ্টিত ভোটাৰ ৰাইজক বিতৰণ...

৩১ ডিচেম্বৰলৈ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ অন্তিম সময়সীমা বৃদ্ধি কৰিলে এ আই চি টি ইয়ে

৩১ ডিচেম্বৰলৈ অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ অন্তিম সময়সীমা বৃদ্ধি কৰিলে এ আই চি টি ইয়ে

অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে(এ আই চি টি ই) ইয়াৰ বিভিন্ন অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ অন্তিম সময়সীমা ৩১ ডিচেম্বৰ পৰ্যন্ত...

Page 8346 of 15272 1 … 8,345 8,346 8,347 … 15,272

Recommended

Most Popular