প্ৰেমত প্ৰতাৰিত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ আত্মহত্যা
নৱম শ্ৰেণীত অধ্যয়ণৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে আত্মহত্যা কৰাক লৈ ত্ৰিপুৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আত্মহত্যাৰ ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ...
নৱম শ্ৰেণীত অধ্যয়ণৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে আত্মহত্যা কৰাক লৈ ত্ৰিপুৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আত্মহত্যাৰ ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ...
গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত গোৱালপৰীয়া গাঁৱৰ বিবাহিত মহিলা এগৰাকী বিগত ৫ মাহ ধৰি সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা...
বুধবাৰে আত্মহত্যা কৰিবলৈ প্ৰৰোচনা কৰাৰ গোচৰত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। অৰ্ণৱ...
সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু দিৱস পালন কৰা হয়। দিখৌপৰীয়া সন্মিলীত যুৱ...
পঞ্জাৱত কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলে ৰেইলৱে ষ্টেশ্যনত প্রতিবাদ নকৰাৰ সিদ্ধান্ত লৈছে। কিয়নো বুধবাৰে ৰেইল বিভাগে...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd