ৰাষ্ট্ৰসংঘত পাকিস্তানক তুলাধুনা দিলে ভাৰতে! : কিন্তু কিয়? জানিবলৈ পঢ়ক…
সন্ত্ৰাসবাদ আৰু সংখ্যালঘু নিৰ্যাতনকলৈ পাকিস্তানক ৰাষ্ট্ৰসংঘৰ মজিয়াত তুলাধুনা দিলে ভাৰতে। মংগলবাৰে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত প্ৰতিৱেশী দেশখনক সন্ত্ৰাসবাদৰ বাসভূমি বুলিও দাবী...











