মোৰ কথা লিখি ৰাখক, ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচন পিছুৱাবলৈ চেষ্টা কৰিব : জ’ বিডেন
আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না মহামাৰীয়ে তাণ্ডৱ অব্যাহত ৰখাৰ সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সমালোচনা অব্যাহত ৰাখিছে ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী...











