ব্যক্তিগতখণ্ডৰ বিদ্যালয়লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজ্যৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহলৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে ৰাজ্যৰ শিক্ষা বিভাগে। আজি মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত NHMৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি ব্যক্তিগতখণ্ডৰ...











