স্বামীৰ অনুমতি অবিহনেও গৰ্ভপাত কৰিব পাৰিব পত্নীয়ে, পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
গৰ্ভপাতৰ ক্ষেত্ৰত এগৰাকী মহিলাৰ নিজৰ ইচ্ছা আৰু সন্মতিয়েই আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে পঞ্জাৱ আৰু হাৰিয়ানা...











