ছেমিকণ্ডাক্টৰ প্ৰকল্পত অনুমোদনৰ সপ্তাহচেৰেক পাছতে বিজেপিক ৭৫৮ কোটি টকাৰ চান্দা টাটা গ্ৰুপৰ
দুহেজাৰ চৌবিশ চনৰ ২৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই তিনিটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত অনুমোদন জনায়। ইয়াৰে দুটা ছেমিকণ্ডাক্টৰ ইউনিটৰ...











