যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ১৮ আগষ্টত হোৱাইট হাউছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিক সাক্ষাৎ কৰি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে আলোচনা...











