বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?
এফালে প্ৰধানমন্ত্ৰী-প্ৰতিৰক্ষামন্ত্ৰীৰ দেশৰ সেনাবাহিনীক কৃতজ্ঞতা আৰু উৎসাহ,আনফালে দেশৰ সেনাজোৱানক অপমান বিজেপি মন্ত্ৰীৰ! সেনাৰ চাউনীয়ে-চাউনীয়ে প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষামন্ত্ৰীয়ে ভ্ৰমণ কৰি দিছে...











