কংগ্ৰেছৰ দিনত মহিলাই বেয়া পথেৰে চাকৰি লোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক তীব্ৰ গৰিহণা সাংসদ অজিত কুমাৰ ভূঞাৰ
পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰি পোৱা মহিলা সকলে সতীত্বৰ বিনিময়ত চাকৰি লোৱা বুলি...











