গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো
বিশ্বজুৰি সংবাদ মাধ্যম আৰু প্ৰকাশকসকলৰ সৈতে চলি থকা সংঘাতৰ মাজতেই গুগলে পুনৰবাৰ কঠোৰ নিৰীক্ষণৰ সন্মুখীন হ'বলগীয়া হৈছে। পোলেণ্ডৰ এণ্টিট্ৰাষ্ট ৰেগুলেটৰ...











