গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ: ভোট দিলে প্ৰধানমন্ত্ৰী মোদীয়ে; ৯৩ খন আসনৰ বাবে প্ৰাৰ্থী ৮৩৩ জন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটদান কৰে। সোমবাৰে ৰাতিপুৱা মোদীয়ে আহমেদাবাদৰ নিশান পাব্লিক স্কুলৰ ভোটকেন্দ্ৰলৈ গৈ ভোটাধিকাৰ...











