Latest News

Brian Lara

নতুন কেৰিয়াৰ আৰম্ভ কৰাৰ দিশে কিংবদন্তী ব্ৰায়ান লাৰা: প্ৰশিক্ষক হিচাপে নিযুক্তি দিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে

ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী ক্ৰিকেট তাৰকা ব্ৰায়ান লাৰাই খেলুৱৈ হিচাপে অভুতপূৰ্ব সাফল্য অৰ্জন কৰাৰ পিছত এইবাৰ প্ৰশিক্ষক হিচাপে নিজৰ নতুন কেৰিয়াৰ...

Caste discrimination

বৈষম্যৰ ঘৃণনীয় ৰূপ: দলিত ছাত্ৰীয়ে আহাৰ বিলোৱাৰ বাবেই মধ্যাহ্ন ভোজন দলিয়াই পেলালে ৰান্ধনীসহ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

জাত-পাত তথা বৰ্ণ বৈষম্যৰ ঘৃণনীয় পৰিস্থিতিৰ কৰাল গ্ৰাসৰ পৰা এতিয়াও মুক্ত হোৱা নাই ভাৰতৰ সমাজ ব্যৱস্থা। নিম্ন জাতি বা বৰ্ণৰ...

BJP MLA gets woman detained

ক্ষমতাৰ জোৰ! প্ৰশ্নৰ সন্মুখীন হোৱাৰ বাবেই মহিলাক আটক কৰালে বিজেপি বিধায়কে

দেশত ক্ষমতাৰ অপব্যৱহাৰেৰে নিজা পচন্দ অনুযায়ী ৰাজনৈতিক নেতাই কাৰ্য সম্পাদন কৰা কোনো নতুন কথা নহয়। এই নেতাসকলে নিজৰ স্বাৰ্থত প্ৰশাসনক...

NASA’s Moon Rocket প্ৰথম প্ৰচেষ্টা বিফল, আজি নিশা নাছাই পুনৰ চন্দ্ৰলৈ উৎক্ষেপণ কৰিব আৰ্টেমিছ ১ যান

NASA’s Moon Rocket প্ৰথম প্ৰচেষ্টা বিফল, আজি নিশা নাছাই পুনৰ চন্দ্ৰলৈ উৎক্ষেপণ কৰিব আৰ্টেমিছ ১ যান

প্ৰথম প্ৰচেষ্টা বিফল হোৱাৰ পিছত নাছাই আজি ভাৰতীয় সময় অনুসৰি নিশা ১১.৪৭ বজাত ফ্লৰিডাৰ পৰা চন্দ্ৰলৈ উৎক্ষেপণ কৰিব আৰ্টেমিছ ১...

শিক্ষাৰ পাছত পৰিবহণ; ব্যক্তিগত খণ্ডলৈ সকলো গ’লে চৰকাৰ-মন্ত্ৰীৰ প্ৰয়োজনীয়তা কি?

শিক্ষাৰ পাছত পৰিবহণ; ব্যক্তিগত খণ্ডলৈ সকলো গ’লে চৰকাৰ-মন্ত্ৰীৰ প্ৰয়োজনীয়তা কি?

এফালৰ পৰা হাত দাঙি যোৱা এখন চৰকাৰ! সকলো বিভাগেই কেৱল ব্যক্তিগত খণ্ডক গতোৱাৰ চিন্তা-চৰ্চা! নামত এখন চৰকাৰ আছে লগতে আছে...

Page 5424 of 15261 1 … 5,423 5,424 5,425 … 15,261

Recommended

Most Popular