HSLC exam result হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ; চাওক প্ৰথম দহটা স্থানৰ সম্পূৰ্ণ তালিকা
HSLC exam result ঘোষণা কৰা হৈছে ২০২২ বৰ্ষৰ হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। অসম মাধ্যমিক শিক্ষা পৰিষদে আজি ঘোষণা কৰিছে...











