• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাপানৰ সংসদীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা হেৰুৱালে শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2024 10:43 am
জাপানৰ নিম্ন সদনৰ নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা ধৰি ৰাখিব পৰা নাই।

জাপানৰ নিম্ন সদনৰ নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা ধৰি ৰাখিব পৰা নাই।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ সংসদৰ নিম্ন সদনৰ নিৰ্বাচনত শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। দলটোৱে এককভাৱে যোৱাবাৰৰ তুলনাত বহু কম আসন লাভ কৰিছে। মিত্ৰজোঁট হিচাপেও এল ডি পিয়ে সংখ্যাগৰিষ্ঠতা ধৰি ৰাখিব পৰা নাই। ব্ৰিটিছ সংবাদ মাধ্যম বিবিচি নিউজে এই তথ্য প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি শেহতীয়া তথ্য মতে সংসদৰ নিম্ন সদনত এলডিপি-কোমেই মিত্ৰজোঁটে ২০৮খন আসন লাভ কৰিছে। আনহাতে, বিৰোধী দলসমূহৰ মুঠ আসনৰ সংখ্যা ২৩৫খন। সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ২৩৩খন আসনৰ প্ৰয়োজন।

লগতে পঢ়কঃ ডুৰাণ্ডৰ পিছত লক্ষ্য আই এছ এল; পাৰ্থিৱ গগৈক লৈ সপোন দেখিছে প্ৰশিক্ষক পেড্ৰ’ বেনালিয়ে

Apply Now

দেওবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ নিশা ৮ বজালৈকে চলি থাকে। ২ কোটি ৯ লাখ ৫৫ হাজাৰ ভোটাৰে নিৰ্বাচনত ভোটদান কৰে। ভোটগ্ৰহণ শেষ হোৱাৰ পিছতেই ভোটগণনা আৰম্ভ হয়। এটা এটাকৈ ফলাফল ওলাবলৈ ধৰে।

জাপানৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি দেশৰ সংসদৰ নিম্ন সদনত ৪৬৫খন আসন আছে। সংখ্যাগৰিষ্ঠতা পাবলৈ ২৩৩খন আসনৰ প্ৰয়োজন। যোৱাবাৰ অকলে এলডিপিয়ে ২৪৭খন আসন লাভ কৰিছিল।

কিন্তু এইবাৰ মিত্ৰতা কৰিও এলডিপি আৰু কোমেইয়ে নিৰ্দিষ্ট আসন লাভ কৰা নাই। আনহাতে বিৰোধী দলসমূহৰ মুঠ আসনৰ সংখ্যা যোৱাবাৰৰ তুলনাত বহু বেছি। সৰ্বোত্তম স্থানত থকা মূল বিৰোধী দলটো হ’ল চিপিডি।

লগতে পঢ়কঃ ৰাজনীতিত প্ৰথম জনসভা তামিল অভিনেতা বিজয়ৰ; স্পষ্ট কৰিলে দলৰ লক্ষ্য, ষ্টেলিনৰ দলকো কটাক্ষ!

মন কৰিবলগীয়া যে ভোটৰ আনুষ্ঠানিক ফলাফলৰ জৰিয়তে ইছিবাই নিজৰ স্থান অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই তাত সন্দেহ আছে। বিশ্লেষকসকলৰ মতে তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাপানৰ আটাইতকৈ কম সময়ৰ বাবো হোৱা প্ৰধানমন্ত্ৰী হ’ব পাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd