• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Crime in the City কালীবাৰী কালী মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ নতুন মোৰ; পত্নীক গ্ৰেপ্তাৰ আৰক্ষীৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
November 15, 2021 11:42 am
Priest murder in Guwahati
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Crime in the City মহানগৰীৰ পল্টন বজাৰ কালীবাৰীৰ কালি মন্দিৰৰ পূজাৰী নাৰায়ন চক্ৰৱৰ্তীৰ হত্যাকাণ্ডৰ ঘটনাই নতুন মোৰ লৈছে। পূজাৰীৰ পত্নী মৌচুমী চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছে লতাশিল আৰক্ষীয়ে।

যোৱা ১২ নৱেম্বৰৰ পৰা পত্নী আৰু বৰ জীয়ৰীক পৃথকে পৃথকে জেৰা চলাই আহিছিল আৰক্ষীয়ে।

স্বামীক হত্যা কৰাৰ লগত পত্নী মৌচুমী চক্ৰৱৰ্তী জড়িত থকাৰ সন্দেহ কৰা হৈছে।

Apply Now

ইতিমধ্যে বহু কেইটা ক্লু লাভ কৰিছে আৰক্ষীয়ে।

আনহাতে, মৃত পূজাৰীৰ জ্যেষ্ঠ কন্যা বৃষ্টি চক্ৰৱৰ্তীকো সোধা পোছাৰ বাবে থানালৈ আনিছে আৰক্ষীয়ে। 

Also Read: CJI NV Ramana কিয় শুনানিৰ মাজতে দেশৰ মুখ্য ন্যায়াধীশ ৰামান্নাই ক’লে, ‘মই অষ্টম শ্ৰেণীতহে ইংৰাজী শিকিছিলো’?

পূৰ্বে স্থানীয় বাসিন্দা সত্যনাৰায়ণ বাছফৰকো সোধা-পোছাৰ বাবে আটক কৰিছিল আৰক্ষীয়ে।

উল্লেখযোগ্য যে, পল্টন বজাৰৰ কালীবাৰিত এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ১১ নৱেম্বৰৰ নিশা ৰে’লৱে কলনীৰ সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল পূজাৰী চক্ৰৱৰ্তীৰ মৃতদেহ।

ধুবুৰীলৈ যোৱা বাবে সঞ্জীৱ চৌধুৰীয়ে ঘৰৰ ৰখীয়া হিচাপে ৰাখি গৈছিল নাৰায়ণ চক্ৰৱৰ্তীক। বুধবাৰে নিশাৰ পৰা সঞ্জীৱ চৌধুৰীৰ কোৱাৰ্টাৰত আছিল মৃত নাৰায়ণ চক্ৰৱৰ্তী।

Also Read: Lal Thanhawla নতুনৰ বাবে বাট এৰি দি ৰাজনীতিৰ পৰা অৱসৰৰ কথা ঘোষণা মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাৱলাৰ

শোৱাপাটিত পৰি থকা মৃতদেহৰ মূৰত আঘাতৰ চিন স্পষ্ট আছিল। অৱশ্যে, হত্যা কাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd