• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শিক্ষা

উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ শীৰ্ষ স্থানপ্ৰাপকক উপহাস একাংশৰ!তথাপিও নীৰৱে সাধনা ছাত্ৰীগৰাকীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2024 5:06 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ সীতাপুৰৰ কিশোৰী প্ৰাচী নিগমে ৯৮.৫ শতাংশ নম্বৰ লাভ কৰি ৰাজ্যখনৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত শীৰ্ষ স্থান দখল কৰে। কিন্তু তেওঁৰ এই কৃতিত্বক ছাঁ পেলাইছিল প্ৰাচীৰ চেহেৰাক লক্ষ্য কৰি কৰা অনলাইন ট্ৰলিঙৰ ঢৌৱে।

লগতে পঢ়ক:কেজৰিৱালৰ জামিন আবেদন নাকচ : ৭৫ হাজাৰ টকা জৰিমনা বিহিলে দিল্লী উচ্চ ন্যায়ালয়ে

নিম্ন মনোবৃত্তিৰ মন্তব্য আৰু সম্পূৰ্ণ যৌনগন্ধী টোকাবোৰে কিশোৰীগৰাকীক যথেষ্ট অপমানিত কৰে। এনে বহু নেতিবাচক কথাৰ মাজতে এজন যুৱকে এই মন্তব্যসমূহ লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাচীৰ মুখৰ চুলিৰ কাৰণ হ’ব পাৰে পলিচিষ্টিক অভাৰী চিনড্ৰম (পিচিঅ’এছ) যিটো ঋতুস্ৰাৱ হোৱা মহিলাক আক্ৰান্ত কৰা সাধাৰণ হৰম’নৰ অৱস্থা।ইয়াৰ পাছতে প্ৰাচী নিগমৰ প্ৰতি সমৰ্থনৰ ব্যাপক ঢৌৰ ইণ্টাৰনেটত উন্মেষ ঘটিল। এক্স ব্যৱহাৰকাৰীসকলে ট্ৰলসকলক প্ৰত্যাহ্বান জনাই কয় যে তেওঁৰ শৈক্ষিক মেধাহে চৰ্চাৰ যোগ্য, তেওঁৰ চেহেৰা নহয়।

Apply Now

লগতে পঢ়ক: পাঁচ বছৰ উকলি গ’ল আৰু আপোনালোকে ঠেঙৰ ওপৰত ঠেং তুলি বহি আছে! আদালতত খঙত অগ্নিশৰ্মা হ’ল চন্দ্ৰচূড়

প্ৰাচী নিগম কোন?
ইউ পি ব’ৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৬০০ নম্বৰৰ ভিতৰত ৫৯১ নম্বৰ লাভ কৰা প্ৰাচী সীতাবল বিদ্যা মন্দিৰ ইণ্টাৰ কলেজৰ এগৰাকী ছাত্ৰী। ফলাফলত আনন্দ প্ৰকাশ কৰি প্ৰাচীয়ে কয় যে, “মই কেতিয়াও ভবা নাছিলো যে মই টপাৰ হ’ম। মই পঢ়াত মনোনিৱেশ কৰিছিলোঁ যদিও শীৰ্ষ ৰেংক আশা কৰা নাছিলোঁ। মোৰ কঠোৰ পৰিশ্ৰমৰ বাবে মই গৌৰৱান্বিত।”

লগতে পঢ়ক: ৩০০ অতিক্ৰম কৰিলে কেজৰিৱালৰ ছুগাৰ লেভেল! তিহাৰ জেলৰ সন্মুখত আপৰ প্ৰতিবাদ

প্ৰাচীয়ে কয় যে তেওঁ অভিযন্তা হোৱাৰ আকাংক্ষা আছে আৰু আই আই টি-জে ই ইৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে। প্ৰাচীয়ে নিজৰ সফলতাৰ কাৰণ ধাৰাবাহিক প্ৰচেষ্টা বুলি কয় আৰু নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।প্ৰাচী নিগমৰ কাহিনী কেৱল শৈক্ষিক উৎকৰ্ষতাৰ কথা নহয়; নেতিবাচকতাৰ সন্মুখত সাহসিকতাৰো প্ৰমাণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd