• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল বনাম মোদী চৰকাৰ: অসমৰ পৰিস্থিতি সন্দৰ্ভত বিপৰীত মেৰুত কেন্দ্ৰ, ৰাজ্য

দুই চৰকাৰৰ বিপৰীত স্থিতিত সিদ্ধান্তত উপনীত হ’ব নোৱাৰি অসন্তুষ্ট গৃহ পৰিক্ৰমা বিষয়ক সংসদীয় সমিতি।

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2019 5:42 pm
narendra modi sarbananda sonowal

নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুশাসনৰ প্ৰতিশ্ৰুতি দিয়া একেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ নিৰাপত্তাজনিত পৰিস্থিতি সন্দৰ্ভত অৱস্থান কৰিছে সম্পূৰ্ণ বিপৰীত মেৰুত।

দুই চৰকাৰৰ “বিপৰীতমুখী” স্থিতিৰ ফলত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (AFSPA)ক লৈ সৃষ্টি হৈছে অদ্ভূত “স্ব-বিৰোধী’’ (paradoxical) পৰিস্থিতি, এই তথ্য খোদ ভাৰতৰ গৃহ পৰিক্ৰমা বিষয়ক সংসদীয় সমিতিৰ।

Apply Now

ফলত ১৯৯০ চনৰে পৰা অসমত বলবৎ হৈ থকা “দমনমূলক”ৰূপে বহু সমালোচিত আইনখন বাহাল ৰখা নৰখাক লৈ কোনো সিদ্ধান্ত (conclude)ত উপনীত হ’ব নোৱাৰি “অসন্তুষ্টি” ব্যক্ত কৰিছে সমিতিখনে।

“অসমৰ পৰিস্থিতিক লৈ বিপৰীতমুখী বোধ (perceptions)ৰ ফলত সমিতি সিদ্ধান্তত উপনীত হ’ব পৰা নাই। এহাতে মন্ত্ৰ্যালয়ে সজোৰে কৈছে যে অসমৰ নিৰাপত্তাজনিত পৰিস্থিতি উন্নত হৈছে, আৰু আনহাতে আফস্পাৰ অধীনত অঞ্চলটোক অশান্ত এলেকাৰূপে ঘোষণাৰ ম্যাদ বঢ়াই দিয়া হৈছে,” দেশৰ গৃহ মন্ত্ৰ্যালয়ৰ দিহাক লৈ এই প্ৰতিবেদন কংগ্ৰেছ নেতা, ভাৰতৰ প্ৰাক্তন গৃহ মন্ত্ৰী পি চিদাম্বৰমৰ অধ্যক্ষতাৰ সমিতিখনৰ।

দেশৰ গৃহ মন্ত্ৰ্যালয়ৰ এই স্ব-বিৰোধিতাৰ ভিত্তি হৈছে সোণোৱাল চৰকাৰৰ আবেদন। অসমৰ নিৰাপত্তাজনিত পৰিস্থিতি “উন্নত” বোলা কেন্দ্ৰৰ দাবীৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল চৰকাৰে সমগ্ৰ ৰাজ্যক “অশান্ত অঞ্চল”ৰূপে ঘোষণা কৰি আইনখনৰ ম্যাদ বৰ্ধিত কৰাৰ বাবে আবেদন কৰিছে।

আনহাতে উত্তৰ-পূবত বিদ্ৰোহ-সম্পৰ্কীয় ঘটনাবোৰ কমাৰ বিপৰীতে অসমত অপহৰণৰ দৰে অপৰাধ নকমাক লৈয়ো সমিতিখনে নিজৰ উদ্বিগ্নতা ব্যক্ত কৰিছে।

লগতে পঢ়ক– অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ উন্নতি হৈছে: ৰাজনাথ সিং

সোণোৱাল চৰকাৰ শাসনলৈ অহাৰ পৰা আনকি তাৰ পূৰ্বেই অপহৃত হোৱা বৃহৎসংখ্যক লোক আজিকোপতি উদ্ধাৰ হোৱা নাই, আৰু তাতোতকৈ গুৰুতৰ কথা ভুক্তভোগীসকলৰ ৮১ শতাংশই মহিলা।

লগতে পঢ়ক– নাৰীক জোৰ-জবৰদস্তিৰ দেশৰ শীৰ্ষস্থান অধিকাৰ অসমৰ

“এইটোৱে এনে অপহৰণ আৰু মানৱ সৰবৰাহৰ সম্পৰ্কৰো ইংগিত বহন কৰিব পাৰে। নাৰী অপহৰণৰ এই অতি বৃহৎ হাৰৰ কাৰণ উদঘাটনৰ বাবে সমিতিয়ে সেয়ে আন্তঃৰাজ্যিক তদন্তৰ পৰামৰ্শ দিয়ে,” প্ৰতিবেদনত প্ৰকাশ।

প্ৰণিধানযোগ্য যে অসমৰ পৰা ভাৰতৰ বিভিন্ন প্ৰদেশলৈ যুৱতী সৰবৰাহৰ চক্ৰ প্ৰায়েই ৰাজ্যত পোহৰলৈ আহে।

গৃহ মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়টো উত্তৰ-পূবৰ নিৰাপত্তাজনিত পৰিস্থিতি উন্নত হোৱা বুলি দাবী কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd