• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Supreme Court to Baba Ramdev: এলোপেথিক লৈ অভিযোগ কিয়?-বাবা ৰামদেৱক ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2022 3:24 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Supreme Court says Baba Ramdev যোগ গুৰু বাবা ৰামদেৱৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়। ৰামদেৱে এলোপেথিৰ দৰে আধুনিক চিকিৎসা প্ৰণালীৰ বিষয়ে অপমানজনক মন্তব্য কৰিছিল। দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামনাই এই বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।

মঙলবাৰে মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “বাবা ৰামদেৱে এলোপেথিৰ বিষয়ে কিয় অভিযোগ কৰিছে? তেওঁ যোগক জনপ্ৰিয় কৰি তুলিছে, ভাল কথা, কিন্তু তেওঁ আন পদ্ধতিৰ সমালোচনা কৰা উচিত নহয়। তেওঁ যি অনু সৰণ কৰে সেয়াই যে সকলো ভাল কৰি দিব তাৰ কি নিশ্চয়তা আছে?’’

লগতে পঢ়ক: নূপুৰ শৰ্মাৰ পিছত এইবাৰ টি ৰাজা সিং; পয়গম্বৰকলৈ কৰা অপমানজনক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ বিজেপি বিধায়ক

Apply Now

ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (আইএমএ) উচ্চতম ন্যায়ালয়ত এলোপেথিক ঔষধ, চিকিৎসক আৰু কোভিড ভেকচিনক নিন্দা কৰি প্ৰচাৰ চলোৱাৰ এক অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে যোগ গুৰুজনক ভৰ্ৎসনা কৰে। তেওঁ আইএমএৰ আবেদনৰ ভিত্তিত উত্তৰ বিচাৰি কেন্দ্ৰক এখন জাননীও জাৰি কৰিছে।

যোৱা বছৰ কোভিড-১৯ৰ দ্বিতীয় ঢৌত দেশখন ভয়ংকৰ সংকটত পৰিছিল। বহুতো লোকৰ মৃত্যু হৈছিল। সেই সময়ত ৰামদেৱক এটা ভিডিঅ’ত কোৱা শুনা গৈছিল, “এলোপেথিক ঔষধৰ ফলত লাখ লাখ লোকৰ মৃত্যু হৈছে, যি অক্সিজেনৰ অভাৱত হোৱা মৃত্যুতকৈ অধিক।‘’ যোগ গুৰুজনে এলোপেথিক “নিৰ্বোধ” আৰু “দেউলিয়া” বিজ্ঞান বুলি অভিহিত কৰিছিল।

লগতে পঢ়ক: NASA shares new images of Jupiter: নাছাই মুকলি কৰিলে বৃহস্পতি গ্ৰহৰ এক সম্পূৰ্ণ সুকীয়া ছবি; দেখি মুগ্ধ সকলো মহাকাশপ্ৰেমী!

তেওঁ লগতে দাবী কৰে যে কোভিড-১৯ৰ দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰাৰ পাছতো বহুতো চিকিৎসকৰ মৃত্যু হৈছে।

ভাৰতীয়  চিকিৎসকসকলৰ সৰ্বোচ্চ সংস্থাটোৱে অভিযোগ কৰিছে যে মহামাৰীৰ সময়ত যেতিয়া এলোপেথিক চিকিৎসক আৰু ঔষধে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা চলাইছিল তেতিয়া বাবা ৰামদেৱে তেওঁলোকৰ ভাবমূৰ্তিত আঘাত হানিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd