DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৃত্যু বাৰ্ষিকীত সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ টীয়ক অগপ, ছাত্ৰ সন্থাৰ

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
January 20, 2022 5:18 pm
Lalit Rajkhowa remembered

ফটো: নৰ্থইষ্ট নাও।

120
VIEWS
Share on FacebookShare on Twitter

সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী, টীয়ক সমষ্টিৰ প্ৰাক্তন বিধায়ক ললিত চন্দ্ৰ ৰাজখোৱাক তেওঁৰ ৩২ সংখ্যক মৃত্যু দিৱসৰ দিনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে টীয়কৰ অগপ আৰু যোৰহাট জিলা ছাত্ৰ সন্থাই ৷

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ টীয়কৰ ভগামুখস্থিত সমাধি স্থলীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত পতাকা উত্তোলন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়।

টীয়ক সমষ্টিৰ বিধায়িকা তথা ৰাজখোৱাৰ সহধৰ্মিনী ৰেণুপমা ৰাজখোৱাই প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক: পুনৰ কাজিৰঙাত গঁড় হত্যা! কহৰাত চোৰাং চিকাৰীয়ে হত্যা কৰি গঁড়ৰ খৰ্গ লৈ উধাও

প্ৰয়াত মন্ত্ৰী গৰাকীৰ পত্নী তথা সমষ্টিটোৰ বিধায়িকা গৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে অগপৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই প্ৰয়াত ৰাজখোৱাৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে।

ইয়াৰ পাছতে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত প্ৰয়াত নেতা গৰাকীৰ আদৰ্শেৰে অনাগত দিনত আগুৱাই যোৱাৰ সংকল্প লয় ৷

ইপিনে যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভগামুখত প্ৰাক্তন ছাত্ৰ নেতাজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, ললিত চন্দ্ৰ ৰাজখোৱাৰ জেষ্ঠ ভাতৃ হৰেণ ৰাজখোৱাকে ধৰি বহুকেইগৰাকী গুণমুগ্ধ ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক: পথ দুৰ্ঘটনাত নিহত পিতৃ-মাতৃ, দিক্ বিদিক হেৰুৱাইছে চয়নিকা-তন্ময়ে; ‘মামা’ক সহায়ৰ আহ্বান

উক্ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ মজিয়াৰে পৰা জিলা ছাত্ৰ সন্থা অনাগত দিনত সিংহ যুৱকগৰাকীৰ অমৰ সৃষ্টিৰাজি সজীৱ কৰাৰ মানসৰে এখনি স্মাৰক গ্ৰন্থ আৰু জিলা ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰস্তাৱিত ললিত চন্দ্ৰ ৰাজখোৱাৰ আৱক্ষ মুৰ্তিৰ নিৰ্মাণৰ কাম এটা বছৰত সম্পূৰ্ণ কৰাৰ সংকল্প লোৱা হয়। 

Recent News

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd