• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আলোচনা কৰিবলৈ মাতি আনি দৰাচলতে আলোচনাৰ নামত হ’ল কি?

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
July 26, 2022 1:15 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ST status for six communities সোমবাৰে জনতা ভৱনত মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু মন্ত্ৰী পিযুষ হাজৰিকাই ৬ জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে। বৈঠকত উপস্থিত থাকে ৬ জনগোষ্ঠী আহোম, কোঁচ-ৰোজবংশী, চুতীয়া, মৰাণ, মটক আৰু চাহ জনজাতিৰ প্ৰতিনিধি।

এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। ২০১৪ ৰ পাছত বহুকেইটা নিৰ্বাচন বাগৰিল, প্ৰতিটো নিৰ্বাচনতে ৰাইজে বিজেপিক হিয়া উজাৰি সমৰ্থন দিলে। কিন্তু সকলোৰে প্ৰশ্ন হ’ল বাস্তৱত বিজেপিয়ে এই ৬ জনগোষ্ঠীক কি দিলে?

লগতে পঢ়ক: Droupadi Murmu: প্ৰকৃত নাম দ্ৰৌপদী নহয়! নিজেই সদৰী কৰিলে ভাৰতৰ নতুন ৰাষ্ট্ৰপতিয়ে

Apply Now

জনজাতিকৰণ কিমান আগবাঢ়িল? সেয়া এক সাঁথৰ হৈয়ে থাকিল। তাৰ মাজতেই সোমবাৰে অসম চৰকাৰে অনুষ্ঠিত কৰে এই বৈঠক।

জনতা ভৱনত অনুষ্ঠিত এই বৈঠকলৈ ছটা জনগোষ্ঠীৰ প্ৰতিনিধিক আমন্ত্ৰণ জনালে। এখন  চিঠিৰ জৰিয়তে তেওঁলোকক আমন্ত্ৰণ জনোৱা হয়। চিঠিখনত উল্লেখ কৰা হৈছিল:- Meeting regarding scheduling of 6 communities in ST(P) list of Assam. 

কিন্তু জনতা ভৱনৰ চি এম ব্লকত অনুষ্ঠিত এই বৈঠকত কি আলোচনা কৰা হ’ল জানেনে? জনজাতিৰ মৰ্যাদা সম্পৰ্কত কিবা আলোচনা হ’ল নে?

লগতে পঢ়ক: CBI Busts Racket: ১০০ কোটিৰ বিনিময়ত ৰাজ্যসভাৰ সাংসদ বা ৰাজ্যপালৰ পদ; চিবিআইৰ জালত ভুৱা চক্ৰৰ ৪জন

 সেয়া এখন ৰুদ্ধদ্বাৰ বৈঠক আছিল, গতিকে আমি নাজানো ভিতৰত কি বিষয়ত কথা পাতিলে। কিন্তু বৈঠকৰ পৰা ওলাই অহা চাহ জনগোষ্ঠীয় নেতা এজনে ক’লে, “আমাক মিটিংখনত নিমন্ত্ৰণ কৰি ৬ জনজাতিৰ জনজাতিকৰণৰ বিষয়ে আলোচনাৰ বাবে মাতিছিল যদিও ভৈয়াম জনজাতিৰ তালিকভূক্ত সম্পৰ্কত আলোচনা কৰা ন’হল। আলোচনা হ’ল সংৰক্ষণ সম্পৰ্কতহে। আলোচনা হ’ল অ’বিচি হিচাপে সংৰক্ষণকলৈহে। কিন্তু আলোচনা নহ’ল জনজাতিৰ মৰ্যাদাকলৈ।”

প্ৰশ্ন হয়, কিন্তু এয়া আচলতে কি? ২০১৪ চনৰ পৰা জনজাতিকৰণৰ নামত আলোচনা বহুত হ’ল। কি দিছপুৰত, কি দিল্লীত। কিন্তু বিজেপিৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে থাকিল। এতিয়া জনজাতি পৰিক্ৰমা বিভাগে নামত সভা-বৈঠক পাতি আলোচনা কৰিলে অ’বিচিৰ নামত সংৰক্ষণকলৈ, অবিচিৰ সুবিধা বৃদ্ধিক লৈহে। 

লগতে পঢ়ক: Migraines: মাইগ্ৰেইনৰ সমস্যাত ভূগিছে নেকি? আহকচোন তাৰ বিষয়ে জানি লওঁ কেইটামান গুৰুত্বপূৰ্ণ কথা

ইয়াৰ অৰ্থ কি? নিৰ্বাচনৰ সময়ত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া এই ৬ জনগোষ্ঠীক প্ৰতাৰণাৰ নতুন কৌশল নেকি বিজেপি চৰকাৰৰ?

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd