• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজিৰ তাৰিখত আমাৰ ইয়াত বিলাহীৰ দাম ১২০ টকা। পাকিস্তানত কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 9:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰখন শাসনলৈ অহাৰ পৰাই যেন মূল্যবৃদ্ধিয়ে দহিছে সমগ্ৰ দেশ। কি বস্তুৰ বৃদ্ধি হোৱা নাই মূল্য? খোৱা-বোৱাকে ধৰি সুৰালৈকে প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কৰাত ব্যৰ্থ বিজেপি চৰকাৰ। অথচ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা প্ৰতিশ্ৰুতিৰে ভাষণৰ ফুলজাৰী মাৰিয়েই শাসনলৈ আহিছিল এইখন চৰকাৰ।

আজিৰ তাৰিখত গুৱাহাটীকে ধৰি অসমৰ প্ৰত্যেকখন বজাৰত যেন জুই লাগিছে। এই জুই মূল্যবৃদ্ধিৰ। সোমবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুল শইকীয়াই মন্তব্য কৰিছে, পাচলিৰ বজাৰৰ পৰা আহিলো। জুই মাজেদি খোজকাঢ়ি অহা যেন অনুভৱ হ’ল।

Apply Now

শেহতীয়াকৈ অসমৰ সকলো বজাৰতে পাচলিৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জ্বলা-কলা খোৱাইছে সাধাৰণ ৰাইজক। বিশেষকৈ ৰাজ্যৰ ৰাজধানী গুৱাহাটী চহৰত ১০০ টকাৰ তলত যেন একো পাচলিয়েই কিনিবলৈ পোৱা নাযায়। আলু, পিয়াজ, কবি, কেৰালা, জিকা, পটল আদি সকলো পাচলিৰ দাম আজি ১০০ টকাতকৈ বেছি। 

গুৱাহাটীত আজিৰ এক কিলোগ্ৰাম বিলাহীৰ খুচুৰা বজাৰমূল্য ১২০ টকা। অথচ পাকিস্তানত আজিৰ তাৰিখত বিলাহীৰ মূল্য ইয়াৰ আধাতকৈও কম। আজিৰ দিনটোত পাকিস্তানত বিলাহীৰ খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত কিমান জানেনে?

দ্য লাইভ ৰেট টুডে (https://liveratetoday.com/) নামৰ বাণিজ্যিক খবৰ প্ৰদান কৰা ৱেবচাইটটোৰ তথ্য অনুসৰি আজিৰ তাৰিখত পাকিস্তানৰ কাৰাছী, লাহোৰ আদিকে ধৰি অন্যান্য মুখ্য চহৰবোৰত ১ কিলোগ্ৰাম বিলাহীৰ মূল্য ৪৫ টকা। আনহাতে পাকিস্তানত আজিৰ তাৰিখত প্ৰতি কিলোগ্ৰাম ভেণ্ডিৰ মূল্য ৩৫, বীটৰ মূল্য প্ৰতি কিলোগ্ৰাম ৪৫, বন্ধা কবিৰ ২৫, ৰঙালাওৰ ২০ আৰু  প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য ২০ টকা। অৰ্থাৎ গুৱাহাটীতকৈ যথেষ্ট কম মূল্যত পাচলি ক্ৰয় কৰি খাই আছে পাকিস্তানৰ জনতাই।

লগতে পঢ়কঃ ১২ কোটিটকীয়া চিকিৎসালয়ত চিকিৎসাৰ বিসংগতি! ভৰি ভঙাৰ পিছতো সুস্থ বুলি জনালে চিকিৎসকে

লগতে পঢ়কঃ  হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ শাসনলৈ অনাৰ কথা ভাবিলে আগতে গছৰ পাত চোবাই ভোক নিবাৰণ কৰিবলৈ শিকিব লাগিব অসমীয়া জাতিয়ে – ৰাইজৰ দল

লগতে পঢ়কঃ ধৰ্মতকৈ উৰ্দ্ধত প্ৰেম, ইছলাম ত্যাগ কৰি হিন্দু যুৱকেৰে বিবাহ প্ৰেমিক যুৱতীৰ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd